অধ্যায়ঃ10 মহাকৰ্ষণ
অধ্যায়ঃ10 মহাকৰ্ষণ
অধ্যায়ঃ10 মহাকৰ্ষণ (GRAVITATION) প্রশ্নাৱলীঃ Page No. 134 1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা । উত্তৰঃ বিশ্বজনীন সুত্ৰটো হ’ল – বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকর্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ব্যস্তানুপাতিক। এই বল বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত ক্রিয়াশীল হয়। Read more…