General Science
অধ্যায়ঃ11মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়ঃ11মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (THE HUMAN EYE AND THE COLOURFUL WORLD) প্ৰশ্নাৱলীঃ Page No.190 1. চকুৰ উপযোজন ক্ষমতা কি ? উত্তৰঃ চকুৰ ফকাছ দৈর্ঘ্য সালসলনি কৰি দূৰত অথবা ওচৰত থকা বস্তু ফকাছ কৰিব পৰা সামর্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে। 2. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি Read more…