অধ্যায়ঃ13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়ঃ13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (MAGNETIC EFFECTS OF ELECTRIC CURRENT) প্রশ্নাৱলীঃ Page No. 224 1. দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয় ? উত্তৰঃ দিগদর্শন যন্ত্র নিচেই চুম্বক হোৱাৰ বাবে যেতিয়া দণ্ড চুম্বকৰ কাষলৈ অনা হয় তেতিয়া দিগদর্শন যন্ত্ৰৰ চুম্বক ক্ষেত্র আৰু দণ্ড চুম্বক ক্ষেত্র দুটাৰ মাজত Read more…