অধ্যায়ঃ14 শক্তিৰ উৎসসমূহ

শক্তিৰ উৎসসমূহ (SOURCES OF ENERGY) প্ৰশ্নাৱলীঃ Page No. 243 প্রশ্ন 1. শক্তিৰ ভাল উৎস কি ? উত্তৰঃ শক্তিৰ ভাল উৎস সেইটোৱেই হ’ব – (i) যিটোৱে প্রতি একক আয়তন অথবা ভৰৰ বিনিময়ত সৰহ পৰিমাণ কাৰ্য কৰে। (ii) যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য। (iii) যিটো সহজে উপলব্ধ। (iv) যিটো মিতব্যয়ী। প্রশ্ন 2. Read more…