অধ্যায়ঃ15 আমাৰ পৰিবেশ
অধ্যায়ঃ15 আমাৰ পৰিবেশ
অধ্যায়ঃ15 আমাৰ পৰিবেশ (OUR ENVIRONMENT) প্রশ্নাৱলীঃ Page No. 257 1. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ? উত্তৰঃ যিবোৰ পদার্থ উদ্ভিদ বা প্ৰানীৰ অংশ তেনে পদার্থক বেক্টেৰিয়া আৰু আন মৃতজীৱী প্রানীয়ে খাদ্য হিচাপে গ্রহণ কৰি পাচন ঘটাব পাৰে। অর্থাৎ সৰল পৰ্য্যায়লৈ পৰিবর্তন ঘটাব পাৰে। সেইকাৰণে Read more…