অধ্যায়ঃ16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

অধ্যায়ঃ16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (MANAGEMENT OF NATURAL RESOURCES) প্রশ্নাৱলীঃ Page No. 269 1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা ? উত্তৰঃ পৰিবেশ হিতৈষী হবলৈ তলত দিয়া অভ্যাসবোৰৰ পৰিবৰ্তন কৰিব পাৰি –  (i) আমি তিনিটা ‘R’ (3R) অর্থাৎ Reduce (হ্রাসকৰণ), Recycle (পুনঃচক্রীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ) ৰ নীতি Read more…