অধ্যায়ঃ3 ধাতু আৰু অধাতু

অধ্যায়ঃ3 ধাতু আৰু অধাতু (METALS AND NON-METALS) প্ৰশ্নাৱলীঃ Page No.40 1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু (i) সাধাৰণ উঞ্চতাত (room temperature) জুলীয়া। উত্তৰঃ  পাৰা। (ii) কটাৰিৰে সহজে কাটিব পাৰি। উত্তৰঃ ছডিয়াম আৰু পটেছিয়াম। (iii) তাপৰ আটাইতকৈ সুপৰিবাহী। উত্তৰঃ ৰূপ আৰু তাম। (iv) তাপৰ কম পৰিবাহী। উত্তৰঃ সীহ আৰু পাৰা। Read more…