অধ্যায়ঃ5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায়ঃ5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (PERIODIC CLASSIFICATION OF ELEMENTS) প্ৰশ্নাৱলীঃ Page No.81 1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা। উত্তৰঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল। ব্যাখ্যাঃ ড’বাৰেইনাৰৰ ট্রায়ডত লিথিয়াম (Li), ছডিয়াম (Na) আৰু পটেছিয়ামৰে (K) এটা ট্রায়াড গঠন কৰিছে। আনহাতে, এই মৌলবিলাক নিউলেণ্ডছৰ অষ্টকতো একে Read more…