অধ্যায়ঃ6 জীৱন প্ৰক্ৰিয়া
অধ্যায়ঃ6 জীৱন প্ৰক্ৰিয়া
জীৱন প্ৰক্ৰিয়া ( LIFE PROCESS) প্রশ্নাৱলীঃ Page No.95 প্রশ্ন 1. মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয় ? উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্রত্যক্ষভাৱে চাৰিওকাষৰ পৰিৱেশৰ লগত সংস্পৰ্শত নাথাকে। সেইকাৰণে শৰীৰত প্ৰত্যেক কোষে অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰাটো Read more…