অধ্যায়ঃ7 নিয়ন্ত্ৰণ আৰু সমন্বয়

নিয়ন্ত্ৰণ আৰু সমন্বয় (CONTROL AND COORDINATION) প্ৰশ্নাৱলীঃ Page No.1199 প্রশ্ন 1. প্রতীপ ক্রিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি ? উত্তৰঃ  প্রতীপ ক্রিয়া হ’ল কোনো উদ্দীপকৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফূর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্রতিক্রিয়া। এই ক্রিয়া মস্তিষ্কৰ নিৰ্দেশ অথবা নিয়ন্ত্রণ অবিহনে সম্পন্ন হয় আৰু ই স্নায়য়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্রণ হয়। যেনে – (i) Read more…