অধ্যায়ঃ8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ?

অধ্যায়ঃ8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ? (HOW DO ORGANISMS REPRODUCE ?) প্ৰশ্নাৱলীঃ Page No.128 1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি ? উত্তৰঃ DNA হ’ল ক্রম’জ’মত পোৱা জিনীয় পদার্থ যিটো কোষকেন্দ্রত থাকে।এই DNA অণুবোৰ প্রটিন গঠনৰ উৎস।যদি DNA ৰ বাহকৰ গুণ ভিন্ন হয় তেন্তে ভিন্ন প্ৰকাৰৰ প্রটিন সংশ্লেষণ হয় Read more…