General Science
অধ্যায়ঃ9 বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়ঃ9 বংশগতি আৰু ক্ৰমবিকাশ (HEREDITY AND EVOLUTION) প্ৰশ্নাৱলীঃ Page No.143 1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? উত্তৰঃ অযৌন প্ৰজননত দেহৰ কোষে Read more…