অধ্যায়ঃ9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায়ঃ9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায়ঃ9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ (Force and Laws of Motion) প্রশ্নাৱলীঃ Page No.118 1. তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি (ক) এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল ? উত্তৰঃ শিলৰ বল । (খ) এখন চাই কেল আৰু এখন ৰে’লগাড়ী ? উত্তৰঃ এখন ৰেলগাড়ী । (গ) এটা Read more…