ASSAMESE MEDIUM
অধ্যায়ঃ1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Class 9 Science NCERT Solutions অধ্যায়ঃ1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ (MATTER IN OUR SURROUNDINGS) প্রশ্নাৱলীঃ Page No. 03 1.তলৰ কোনবোৰ পদার্থ ? চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্রব্যৰ সুবাস। উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয় আৰু সুগন্ধি দ্রব্যব সুবাস। 2. তলৰ পর্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা Read more…