অধ্যায়ঃ5 জীৱৰ মৌলিক একক

অধ্যায়ঃ5 জীৱৰ মৌলিক একক (THE FUNDAMENTAL UNIT OF LIFE) প্ৰশ্নাৱলীঃ Page No.59 1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল ? উত্তৰঃ ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰি কোষ আবিষ্কাৰ কৰিছিল। এই কোষবিলাক মৌ কোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল। 2. Read more…