অধ্যায়ঃ6 কলা
অধ্যায়ঃ6 কলা
অধ্যায়ঃ6 কলা (TISSUES) প্রশ্নাৱলীঃ Page No. 69 1. কলা কি ? উত্তৰঃ কলা হ’ল একে গঠন আৰু কার্য কৰা কোষৰ সমষ্টি। 2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ? উত্তৰঃ এককোষী জীৱৰ ক্ষেত্রত একেটা কোষেৰেই সকলোবিলাক জৈৱিক কার্য যেনে- চলন, খাদ্য গ্রহণ, শ্বসীয় গেছ গ্রহণ, ৰেচন আদি সম্পন্ন কৰে।কিন্তু বহুকোষী Read more…