অধ্যায়ঃ8 গতি

অধ্যায়ঃ8 গতি ( MOTION) প্ৰশ্নাৱলীঃ Page No.100 1. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে।ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰেনে ? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া। উত্তৰঃ বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্রম কৰিলে। ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰে। যেনে – যদি বস্তু এটাই এক নির্দিষ্ট দূৰত্ব Read more…