General Science
অধ্যায়ঃ2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায়ঃ2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? (IS MATTER AROUND US PURE ?) প্রশ্নাৱলীঃ Page No. 15 1. পদার্থ বুলিলে কি বুজায় ? উত্তৰঃ যি পদার্থ একেবিধ উপাদানৰ দ্বাৰা গঠিত অর্থাৎ পদাৰ্থটোৰ সকলো উপাদানবোৰৰ ৰাসায়নিক গুন একে তেনে পদার্থক বিশুদ্ধ পদার্থ বোলে। ৰাসায়নিক সংযুতি অনুসৰি বিশুদ্ধ পদার্থবিলাকক মৌল বা যৌগ Read more…